তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড

  • তিনিচুকীয়াৰ চাৰাবভাট্টিত ভয়ংকৰ অগ্নিকাণ্ড।
  • বৃহস্পতিবাৰে নিশা এটা আৱাসিক এলেকাত সংঘটিত এই অগ্নিকাণ্ড।
  • কেইবাটাও বাসগৃহ ভস্মীভূত হৈ পৰে অগ্নিকাণ্ডৰ ফলত।
  • এই মুহূৰ্তলৈ অগ্নিকাণ্ডৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Ax6zIPM
via IFTTT

Comments