বিগত ২৪ঘন্টাত দেশত কোৰোনাই প্ৰাণ ল’লে ১৫৮গৰাকীৰ…

ডিজিটেল ডেস্কঃ বিগত ২৪ঘন্টাত ভাৰতত ৫হাজাৰ ৪৭৬গৰাকী লোক কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১৫৮গৰাকী। বিগত ২৪ঘন্টাত দেশত প্ৰায় ১০হাজাৰ লোক সুস্থ হৈ ঘৰলৈ উভটিছে। দেশত বৰ্তমান চিকিতসাধীন ৰোগীৰ সংখ্যা হৈছে ৫৯হাজাৰ ৪৪২গৰাকী।

উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো হ্ৰাস পাইছে কোৰোনাৰ প্ৰকোপ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/1jszn9I
via IFTTT

Comments