পুৱা ৮বজাৰে পৰা আৰম্ভ পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

- পুৱা ৮বজাৰে পৰা আৰম্ভ হৈছে পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- ৰাজ্যৰ ৮০টা পৌৰসভাত হ’ব পৌৰ নিৰ্বাচন
- ৩৬ খন নিৰ্বাচনী জিলাৰ ৯৭৭টা ৱাৰ্ডত নিৰ্বাচন
- ভোটগ্রহণৰ বাবে সাজু ২,০৫৪টা ভোটকেন্দ্র
- ৯৭৭টা ৱাৰ্ডত ২,৫৩২ প্রাৰ্থীৰ প্রতিদ্বন্দ্বিতা
- ইয়াৰে ৫৭ প্রাৰ্থীৰ বিনাপ্রতিদ্বন্দ্বিতাৰে জয়
- ৩৬ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰ ১৬,৭৩,৮৯৯ গৰাকী
- ইয়াৰে ৮,৩২,৩৪৮ জন পুৰুষ, ৮,৪১,৫৩৪ গৰাকী মহিলা
- তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৭ গৰাকী
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/x4h1IKE
via IFTTT
Comments
Post a Comment