নলবাৰীৰ কৈৰাৰাত টেংকাৰত বাইকৰ খুন্দাঃ থিতাতে নিহত বাইক আৰোহী…

- নলবাৰীৰ কৈৰাৰাত পথ দুৰ্ঘটনা।
- ৰৈ থকা এখন টেংকাৰত খুন্দা তীব্রবেগী বাইকৰ।
- দুৰ্ঘটনাত থিতাতে নিহত বাইকখনৰ আৰোহী।
- মৃত যুৱক জনক মৃগাংক শৰ্মা বুলি চিনাক্ত।
- মৃগাংকৰ ঘৰ নলবাৰীৰ আৰিকুছিত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JjokrZ6
via IFTTT
Comments
Post a Comment