পুৱাই আহি ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী ভুৱন গামে…

  • আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত ভোটদান বিজেপি প্ৰাৰ্থী ভুৱন গামৰ ভোটদান।
  • ৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে।
  • মূল যুঁজ বিৰোধী মহাজোঁটৰ চিত্ৰৰঞ্জন বসুমতাৰী আৰু বিজেপিৰ প্ৰাৰ্থী ভূৱন গামৰ মাজতে হব।
  • এতিয়ালৈকে সংঘটিত হোৱা নাই কোনমো বিক্ষিপ্ত ঘটনা।
  • মুঠ ২০৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/B78DsIn
via IFTTT

Comments