মণিপুৰত আজি অনুষ্ঠিত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ মণিপুৰত আজি অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ২২টা বিধানসভা সমষ্টিৰ বাবে ৯২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি মণিপুৰত। পুৱা ৭বজাৰে আৰম্ভ হোৱা এই ভোটগ্ৰহণ বিয়লি ৫বজাত অন্ত পৰিব।
উল্লেখ্য যে, ২৮ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মণিপুৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি অন্ত পৰিব। পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত কোভিড বিধি পালন কৰি ভোটদান কৰিবলৈ ওলাই আহিছে লোক সকল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/EAXTFz2
via IFTTT
Comments
Post a Comment