কোভিড শূন্যৰ দিশে ৰাজ্য..

  • ৰাজ্যত বিগত ২৪ ঘণ্টাত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২ জন ব্যক্তি।
  • এই সময়ছোৱাত মুঠ ২,৩৫০ গৰাকী লোকৰ দেহত কোভিড পৰীক্ষা কৰা হৈছিল।
  • সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.০৯ শতাংশ।
  • গোলাঘাট আৰু কাৰ্বি আংলং জিলাত চিনাক্ত হৈছে কোভিড আক্ৰান্ত লোক ২ জন।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YJKdQCE
via IFTTT

Comments