ৰাজ্যৰ শেহতীয়াকৈ ৩ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ উপস্থিতি….

- ৰাজযত বিগত ২৪ ঘণ্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩ গৰাকী লোক।
- এই সময়ছোৱাত মুঠ ৩,৪০৮ গৰাকী লোকৰ দেহত কোভিডৰ পৰীক্ষা কৰোৱা হৈছিল।
- সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.০৯ শতাংশ।
- বৰপেটা জিলাত ২ জন আৰু কামৰূপ মহানগৰ জিলাত ১ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে।
- আনহাতে ৰাজ্যৰ ক’তো কোভিড ৰোগীৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহা নাই।
- বৰ্তমান ৰাজ্যত মাত্ৰ ৬৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈ আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/eJslWPm
via IFTTT
Comments
Post a Comment