উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে ৭বজাৰ পৰা আৰম্ভ হৈছে। ভোটগ্ৰহণ সন্ধিয়া ৭বজাত অন্ত পৰাৰ লগে লগে দেশৰ ৫ৰাজ্যৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিব।

উত্তৰ প্ৰদেশত আজি ৯খন জিলাৰ ৫৪টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৬১৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.০৬কোটি ভোটাৰে। পুৱাৰে পৰা এই আটাইকেইটা সমষ্টিত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/167xizX
via IFTTT

Comments