পুনৰ মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ..

- পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ।
- এইবাৰ মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটত উদ্ধাৰ হৈছে মৃতদেহ।
- উদ্ধাৰ হোৱা মৃতদেহটোৰ বৰ্তমানেও পৰিচয় লাভ কৰা নাই।
- ব্রহ্মপুত্রত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
- মৃতদেহটো পাণবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে।
- সম্প্রতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে মৃতদেহটো।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/uiLX3Fd
via IFTTT
Comments
Post a Comment