খটখটি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান…

- খটখটি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
- এক গোপন সূত্ৰৰ পম খেদি খটখটি আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ।
- খটখটিৰ লাহৰিজানত দিলৱাৰউদ্দিন ঘৰত আৰক্ষীৰ তালাচী।
- তালাচীত উদ্ধাৰ 108.38 গ্ৰাম ড্ৰাগছৰ লগতে নগদ 11 হাজাৰ টকা আৰু তিনিটাকৈ মোবাইল ফোন।
- শোৱনী কোঠাত গাৰোৰ ভিতৰত লুকুৱাই ৰাখিছিল 8 টা ড্ৰাগছৰ চাবোনৰ বাকচ।
- ইতিমধ্যে ধৃত দিলৱাৰউদ্দিনক 24/2022 নম্বৰৰ U/S 21(b)/25/29 ধাৰাত আটক কৰিছে খটখটি আৰক্ষীয়ে।
- জব্দকিত ড্ৰাগছখিনিৰ বজাৰ মূল্য 50 লক্ষাধিক টকাৰো অধিক বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/A8CJnsH
via IFTTT
Comments
Post a Comment