অসমত পুনৰ ১৪৮৬জন কোভিড পজিটিভ, ২০জনৰ মৃত্যু…

  • অসমত পুনৰ ১৪৮৬জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৩৪৩জন কামৰূপ মেট্ৰ’ৰ, ৮৮জন গোলাঘাটৰ, ৮৩জন কামৰূপ গ্ৰাম্যৰ আৰু ৬৩জন গোৱালপাৰাৰ।
  • ৰাজ্যত মঙলবাৰে মৃত্যু হয় ২০জন লোকৰ।
  • ইফালে, ৰাজ্যত মঙলবাৰে সুস্থ হয় ২৬৩২জন লোক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/k61odZAUt
via IFTTT

Comments