উত্তৰপ্ৰদেশত বজ্ৰপাতৰ ফলত যুৱতীসহ দুজনৰ মৃত্যু…

- উত্তৰপ্ৰদেশত বজ্ৰপাতৰ ফলত নিহত দুজন লোক।
- ৰাজ্যখনৰ বলিয়া জিলাত সংঘটিত হয় এই ঘটনা।
- বজ্ৰপাতত নিহত দুটাৰ ভিতৰত এগৰাকী যুৱতী।
- বৰ্তমানলৈ নিহত দুজনৰ পৰিচয় লাভ কৰা হোৱা নাই।
The post উত্তৰপ্ৰদেশত বজ্ৰপাতৰ ফলত যুৱতীসহ দুজনৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZfGVxg
via IFTTT
Comments
Post a Comment