গ্ৰেপ্তাৰ হ’ব নেকি জুবিন গাৰ্গ!

- ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ।
- জুবিন গাৰ্গৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন জিলাতে ৰুজু কৰা হ’ব গোচৰ।
- অসমৰ ব্ৰাহ্মণ সমাজে গোচৰ ৰুজু কৰিব বুলি সংবাদমাধ্যমত মত প্ৰকাশ কৰিছে।
- আদালতত গোচৰ তৰাৰ সিদ্ধান্ত ব্ৰাহ্মণ সমাজৰ।
- উল্লেখ্য যে, মহানগৰীৰ ৰ্পূ্ণবিকাশ সংস্থাই আয়োজন কৰা পাঞ্জা প্ৰতিযোগিতাৰ সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ জুবিন গাৰ্গে কৰিছিল বিতৰ্কিত মন্তব্য।
- ব্ৰাহ্মণ সকলে পৰিধান কৰা লগুণ চিঙি দিব লাগে বুলি মন্তব্য কৰিছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱগৰাকীয়ে।
- ইফালে ইয়াৰ লগতে ব্ৰাহ্মণসকলক পিটিব লাগে বুলিও কৈছিল জুবিন গাৰ্গে।
The post গ্ৰেপ্তাৰ হ’ব নেকি জুবিন গাৰ্গ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JZjWBr
via IFTTT
Comments
Post a Comment