পাক সেনাৰ যুদ্ধবিৰতি উলংঘন, আহত ৪

  • জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
  • তাংধাৰ চেক্টৰত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ।
  • পাক সেনাৰ গুলীত আহত হৈছে ৪ জন নাগৰিক।
  • আহত সকলক ভৰ্ত্তি কৰা হৈছে চিকিৎসালয়ত।
  • ঘটনাস্থলীত উপস্থিত সেনাবাহিনীৰ জোৱান।

The post পাক সেনাৰ যুদ্ধবিৰতি উলংঘন, আহত ৪ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LQ6Bxp
via IFTTT

Comments