পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন, ছহিদ ১ জন ভাৰতীয় সেনা জোৱান…

  • জম্মু-কাশ্মীৰৰ কুপৱাড়া জিলাৰ ভাৰত-পাক সীমান্তত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন।
  • শনিবাৰে পুৱা সংঘটিত হয় এই ঘটনা।
  • পুৱাই পাক সেনাই ভাৰতীয় সেনাৰ চাউনীলৈ লক্ষ্য কৰি কৰে ধাৰাসাৰ গুলীবৰ্ষণ।
  • পাক সেনাৰ গুলীত নিহত এজন ভাৰতীয় সেনা জোৱান।
  • ছহিদ জোৱানজন ৫৭ আৰ আৰৰ লেন্স নায়ক ৰাজেন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে।

The post পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন, ছহিদ ১ জন ভাৰতীয় সেনা জোৱান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JXXvwp
via IFTTT

Comments