পেট্ৰ’ল-ডিজেলে আনিছে ভাল খবৰ…

  • দেওবাৰে হ্ৰাস পালে পেট্ৰ’লৰ মূল্য।
  • দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ বাবে গ্ৰাহকে দিব লাগিব ৭২.৭৩ টকা।
  • শনিবাৰে এই মূল্য আছিল ৭৩.১৪ টকা।
  • প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ৪১ পইচা।
  • ইফালে ডিজলৰো হ্ৰাস পালে মূল্য।
  • প্ৰতিলিটাৰ ডিজেলৰ বাবে গ্ৰাহকে দিব লাগিব ৬৬.৬৫ টকা।
  • প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ২৮ পইচা।
  • শনিবাৰে ডিজেলৰ মূল্য আছিল প্ৰতিলিটাৰত ৬৬.৯৩ টকা।

The post পেট্ৰ’ল-ডিজেলে আনিছে ভাল খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZiGa6u
via IFTTT

Comments