মহাৰাষ্ট্ৰৰ থানেত ভূমিস্খলনৰ ফলত নিহত ২ জন

- মহাৰাষ্ট্ৰৰ থানেত ভূমিস্খলনৰ ফলত নিহত ২ জন।
- থানেৰ কালৱা এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা।
- নেৰানেপেৰা বৰষুণৰ বাবে ভূমিস্খলনে সন্ত্ৰাস সৃষ্টি কৰে অঞ্চলটোত।
- আনহাতে ভূমিস্খলনৰ ফলত আহত ১৯ জনক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।
- বৰ্তমানেও অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান।
The post মহাৰাষ্ট্ৰৰ থানেত ভূমিস্খলনৰ ফলত নিহত ২ জন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MrjjSS
via IFTTT
Comments
Post a Comment