মুম্বাইত বানপানীৰ বাবে বাতিল ৫ খন ৰে’লৰ যাত্ৰা

  • বানপানী আৰু ৰে’লপথত জমা হোৱা পানীৰ বাবে মুম্বাইত কেইবাখনো ৰে’ল চলাচল বাতিল।
  • যাত্ৰা বাতিল কৰা হৈছে ৫খন ৰে’লৰ।
  • ইফালে গতিপথ সলনি কৰা হৈছে ৬খন ৰে’লৰ।
  • কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে এই কথা।

The post মুম্বাইত বানপানীৰ বাবে বাতিল ৫ খন ৰে’লৰ যাত্ৰা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32T1RMK
via IFTTT

Comments