পঞ্জাৱৰ লুধিয়ানাৰ ফেক্টৰীত বিস্ফোৰণ, নিহত ১, আহত ১০

  • পঞ্জাৱৰ লুধিয়ানাত বিস্ফোৰণ।
  • লুধিয়ানাৰ মুণ্ডিয়ান ক’লনৰ এটা ফেক্টৰীত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত থিতাতে নিহত ১জন।
  • বিস্ফোৰণটোত আহত হৈছে ১০ জন লোক।
  • আহত সকলৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জনাইছে চিকিৎসকে।
  • বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

The post পঞ্জাৱৰ লুধিয়ানাৰ ফেক্টৰীত বিস্ফোৰণ, নিহত ১, আহত ১০ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32SygDb
via IFTTT

Comments