আজি অনুষ্ঠিত হ’ব ৩৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক…

- শনিবাৰে ১১ বজাত আৰম্ভ হব ৩৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক।
- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হব এই বৈঠক।
- উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই সভাখন যোৱা ২৫ জুলাইৰ দিনৰ ৩.৩০ বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল।
- কিন্তু সদনৰ কিছু কাম-কাজৰ বাবে বিত্তমন্ত্ৰীয়ে পিছুৱাইছিল এই বৈঠক।
- এই সভাতে ইলেক্টনিক বাহনৰ ক্ষেত্ৰত বিশেষ ৰেহাই ঘোষণাৰ সম্ভাৱনাও আছে।
- প্ৰাপ্ত খবৰ অনুসৰি ইলেক্টনিক বাহনৰ ক্ষেত্ৰত জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ কৰিব পাৰে হ্ৰাস।
- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হবলগীয়া জি এছ টিৰ এয়া দ্বিতীয়খন বৈঠক।
The post আজি অনুষ্ঠিত হ’ব ৩৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LJqh5Q
via IFTTT
Comments
Post a Comment