হাতীগাঁও আৰক্ষীৰ জালত ডি জে ব্ৰাহ্মীণ…

  • এজন লোকৰ গাড়ী জ্বলাই দিয়াৰ অভিযোগ।
  • আৰক্ষীয়ে আটক কৰিছে ডি জে ব্ৰাহ্মীণে।
  • মহানগৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছে ডি জে ব্ৰাহ্মীণক।
  • হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে তেওঁক।
  • পেট্ৰ’ল ঢালি মালবাহী বাহন এখন জ্বলাই দিয়াৰ অভিযোগ।
  • উল্লেখ্য যে, ডি জে ব্ৰাহ্মীণ ভাৰাতীয়া হিচাপে থকা ঘৰৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা।

The post হাতীগাঁও আৰক্ষীৰ জালত ডি জে ব্ৰাহ্মীণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JSHuaT
via IFTTT

Comments