তীৰ্থযাত্ৰালৈ গৈ প্ৰাণ হেৰুৱালে ৩জন লোকে…

  • হিমাচল প্ৰদেশত অঘটন।
  • তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ৩ তীৰ্থ যাত্ৰীয়ে।
  • কুল্লোৰৰ শ্ৰীখান্দ মহাদেৱ যাত্ৰালৈ যোৱাৰ সময়তে অঘটন।
  • অক্সিজেনৰ অভাৱৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
  • ইফালে তিনিওজনৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

The post তীৰ্থযাত্ৰালৈ গৈ প্ৰাণ হেৰুৱালে ৩জন লোকে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32O5gwe
via IFTTT

Comments