ছত্তীশগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, আহত ৩৬

  • ছত্তীশগড়ৰ পুৰুত ভয়ংকৰ দুৰ্ঘটনা।
  • ৰায়পুৰ-জগদলপুৰ ঘাইপথত সংঘংটিত হয় দুখন বাছৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত হৈছে ২ জন লোক।
  • আনহাতে ৩৬ জন আহত হৈছে দুৰ্ঘটনাটোত।
  • আহত সকলক ভৰ্তি কৰা হৈছে সমীপৰ চিকিৎসালয়ত।
  • আহত সকলৰ ৪ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

The post ছত্তীশগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, আহত ৩৬ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yr818E
via IFTTT

Comments