‘অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ’ বাতৰিৰ প্ৰভাৱ, অৱশেষত আৰক্ষীৰ জালত পৰিল ভণ্ডবাবা…

- অৱশেষত আৰক্ষীৰ জালত পৰিল ভণ্ডবাবা ।
- ভণ্ডবাবা জন কামপুৰৰ বৰহোলা গাৱৰ তৰুন শইকীয়া ।
- তৰুন শইকীয়াৰ লগতে প্ৰদীপ শইকীয়াকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
- বাবা তৰুনে টকা আৰু মোবাইলৰ লোভত নিজৰ ১২ বছৰীয়া জীয়াৰীক এজন মানসিক বিকাৰ গ্ৰস্তৰ লগত বিয়া দিয়াৰ প্ৰস্তুতি চলাইছিল ।
- মানসিক বিকাৰ গ্ৰস্ত জনৰ নাম প্ৰদীপ শইকীয়া ।
- নগাওঁ জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰি চাইল্ড লাইনৰ তত্ত্বাৱধানত ৰাখিছে কিশোৰী গৰাকীক ।
- শিশু কল্যান সমিতিয়ে তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তৰুন শইকীয়াক ।
- বাতৰি লিখা পৰলৈ পলাই আছে আন এজন অপৰাধী প্ৰদীপ শইকীয়া পিতৃ বিৰেন শইকীয়া ।
The post ‘অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ’ বাতৰিৰ প্ৰভাৱ, অৱশেষত আৰক্ষীৰ জালত পৰিল ভণ্ডবাবা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZawBXg
via IFTTT
Comments
Post a Comment