জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘা, নিহত ভাৰতীয় সেনা জোৱান…

  • জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘা।
  • টংধৰ আৰু কেৰান ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।
  • ভাৰতীয় সেনায়ো দিয়ে যোগ্যপ্ৰত্যুত্তৰ।
  • পাক সেনাৰ গুলীত নিহত এজন ভাৰতীয় সেনা জোৱান।
  • ইফালে, পাক সেনাৰ দুজন জোৱান নিহত ভাৰতীয় সেনাৰ গুলীবৰ্ষণত।

The post জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘা, নিহত ভাৰতীয় সেনা জোৱান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GzEfmE
via IFTTT

Comments