২০ যাত্ৰীসহ ডুবিল নাওঁ, এজনৰ মৃতদেহ উদ্ধাৰ

  • উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক অঘটন।
  • সৰযূ নদীত ডুবিল নাওঁ।
  • ২০ জন যাত্ৰীক কঢ়িয়াই নিছিল নাওঁখনে।
  • এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
  • বৰ্তমানেও সন্ধানহীন হৈ আছে বাকী যাত্ৰীসকল।
  • উদ্ধাৰ অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে।

The post ২০ যাত্ৰীসহ ডুবিল নাওঁ, এজনৰ মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y6lHp7
via IFTTT

Comments