জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত ২ সন্ত্ৰাসবাদী…

  • জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • পুৱাৰে পৰা ছোপিয়াৰ বোনা বজাৰ অঞ্চলত চলি আছে এই গুলীয়াগুলি।
  • বৰ্তমানেও চলি আছে দুয়ো পক্ষৰ মাজত গুলীয়াগুলি।
  • গুলীয়াগুলিত নিহত হৈছে ২ সন্ত্ৰাসবাদী।
  • বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত সন্ত্ৰাসবাদী ২ জন।
  • সংঘৰ্ষস্থলীত আৰু ১ জন সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ সন্দেহ।

The post জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত ২ সন্ত্ৰাসবাদী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Olxtr0
via IFTTT

Comments