ডুমডুমাত ডাইনীৰ সন্দেহত দম্পতীক নিৰ্যাতন, আটক ৩জন

- ডুমডুমাক কৰ্দৈগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
- ডাইনী সন্দেহত দম্পতীক নিৰ্যাতনৰ অভিযোগ।
- ২০ জুলাইত সংঘটিত হৈছিল এই ঘটনা।
- ঘটনাৰ পিছতে সৃষ্টি হৈছিল চাঞ্চল্যৰ।
- ইতিমধ্যে আৰক্ষীৰ জালত পৰিল ৩জন লোক।
- আৰক্ষীয়ে আটক কৰা লোককেইজন হৈছে ধনীৰাম মৰাণ, নালৌ মৰাণ, লক্ষেশ্বৰ মৰাণ।
The post ডুমডুমাত ডাইনীৰ সন্দেহত দম্পতীক নিৰ্যাতন, আটক ৩জন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/316oSu7
via IFTTT
Comments
Post a Comment