যোৰহাটত বৃহস্পতিবাৰে বিস্ফোৰণত আহত মইদুল ইছলামৰ মৃত্যু

- বৃহস্পতিবাৰে যোৰহাটত সংঘটিত হোৱা বিস্ফোৰণত আহত এজন লোকৰ মৃত্যু।
- মৃত্যু হোৱা লোকজনৰ নাম মইদুল ইছলাম।
- চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মইদুলৰ।
- উল্লেখ্যে যে, তেওঁক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল ডিব্ৰুগড়লৈ।
- যোৰহাট নগৰৰ মাজমজিয়াৰ ৰজামৈদাম ৰোডত সংঘটিত হৈছিল এই বিস্ফোৰণ।
- বিস্ফোৰণত আহত হৈছিল চাৰিজনকৈ লোক।
The post যোৰহাটত বৃহস্পতিবাৰে বিস্ফোৰণত আহত মইদুল ইছলামৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32Ssqlf
via IFTTT
Comments
Post a Comment