গুজৰাটৰ আহমেদাবাদত ভয়ংকৰ অগ্নিকাণ্ড…

  • গুজৰাটৰ আহমেদাবাদৰ এটা এপাৰ্টমেন্টত ভয়ংকৰ অগ্নিকাণ্ড।
  • এপাৰ্টমেন্টটোৰ ৫ আৰু ৬ মহলাত সংঘটিত হয় অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল।
  • এপাৰ্টমেন্টৰ ভিতৰত থকা সকলো লোককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰীয়ে।
  • ইফালে অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছে ২ জন লোক।
  • আহত দুজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • এই মুহূৰ্তলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

The post গুজৰাটৰ আহমেদাবাদত ভয়ংকৰ অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SFhXET
via IFTTT

Comments