গুৱাহাটীৰ এন আৰ চি কেন্দ্ৰত চাঞ্চল্যকৰ চুৰিকাণ্ড…

  • গুৱাহাটীৰ নাৰেংগী এল পি স্কুলৰ এন আৰ চি কেন্দ্ৰত চাঞ্চল্যকৰ চুৰিকাণ্ড
  • নিশা তলা ভাঙি চোৰৰ দলৰ প্ৰৱেশ এন আৰ চি কেন্দ্ৰত।
  • লণ্ডভণ্ড কৰিলে গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে সা-সামগ্ৰী।
  • অৱশ্যে চুৰি হোৱা নাই কোনো ধৰণৰ সামগ্ৰী।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত অব্যাহত।

The post গুৱাহাটীৰ এন আৰ চি কেন্দ্ৰত চাঞ্চল্যকৰ চুৰিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MrNjOs
via IFTTT

Comments