ৰঙিয়াত বোমা উদ্ধাৰ…

- ৰঙিয়াত বোমা উদ্ধাৰ।
- এজন লোকৰ ঘৰত উদ্ধাৰ হৈছে বোমাটো।
- খন্দিকৰত উদ্ধাৰ হৈছে এই বোমা।
- তাৰিফুল আলী নামৰ এজন লোকক ঘৰত বোমাটো উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাৰ।
- উল্লেখ্য যে, সেনা আৰু আৰক্ষীয়ে বোমা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
- ইফালে এই কথা মানি ল’ব পৰা নাই অঞ্চলবাসীয়ে।
- অঞ্চলটোৰ লোকসকলৰ মতে, আৰক্ষীয়ে বোমা উদ্ধাৰৰ নাটক কৰিছে।
- স্থানীয় ৰাইজে ৰাজপথত সাব্যস্ত কৰিছে প্ৰতিবাদ।
The post ৰঙিয়াত বোমা উদ্ধাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32YG6uT
via IFTTT
Comments
Post a Comment