নিলম্বিত বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰৰ বিৰুদ্ধে গোচৰ ৰুজু চিবিআইৰ

- উন্নাৱৰ বিজেপি বিধায়কৰ হাতত নিৰ্যাতনৰ বলি হোৱা যুৱতীৰ দুৰ্ঘটনা কাণ্ডৰ চিবিআইৰ তদন্ত।
- নিলম্বিত বিজেপি বিধায়ক কুলদ্বীপ সিং চেঙাৰৰ বিৰুদ্ধে গোচৰ ৰুজু চিবিআইৰ।
- বিধায়কজনৰ সহযোগী বুলি পৰিচিত আন ১০ জন বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে চিবিআইয়ে।
- ইফালে অন্য ২০ জন অচিনাক্ত লোকৰ বিৰুদ্ধেও এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৰুজু কৰা হৈছে গোচৰ।
- হত্যাৰ অপচেষ্টা, অপৰাধী কাৰ্যকলাপ আৰু হত্যাৰ অভিযোগত লোককেইজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
The post নিলম্বিত বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰৰ বিৰুদ্ধে গোচৰ ৰুজু চিবিআইৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Osk40s
via IFTTT
Comments
Post a Comment