বিধায়ক বিশ্বেশ্বৰ হেগড়ে কাগেৰী কৰ্ণাটক বিধানসভাৰ নতুন অধ্যক্ষৰূপে নিৰ্বাচিত

  • মঙলবাৰে নিৰ্বাচন কৰা হয় কৰ্ণাটক বিধানসভাৰ নতুন অধ্যক্ষ।
  • বিধানসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হয় বিধায়ক বিশ্বেশ্বৰ হেগড়ে কাগেৰী।
  • শিৰসী বিধানসভা সমষ্টিৰ ৬ বাৰৰ বিধায়ক বিশ্বেশ্বৰ হেগড়ে কাগেৰী।
  • উল্লেখ্য যে, সোমবাৰে বিধানসভাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল কে আৰ ৰমেশ কুমাৰে।
  • বিজেপিয়ে আস্থা ভোটত জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছতে পদত্যাগ কৰিছিল ৰমেশ কুমাৰে।

The post বিধায়ক বিশ্বেশ্বৰ হেগড়ে কাগেৰী কৰ্ণাটক বিধানসভাৰ নতুন অধ্যক্ষৰূপে নিৰ্বাচিত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ynStmb
via IFTTT

Comments