শনিবাৰে হ্ৰাস পালে পেট্ৰ’লৰ মূল্য…

  • শনিবাৰে হ্ৰাস পালে পেট্ৰ’লৰ মূল্য।
  • ধাৰাবাহিভাৱে তৃতীয়দিনাত ভৰি দিলে পেট্ৰ’ল মূল্য হ্ৰাসে।
  • শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত কমিল ৫ পইচাকৈ।
  • যোৱা শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ৬ পইচাকৈ হ্ৰাস পাইছিল।
  • দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৩.২৪ টকা।
  • আনহাতে ডিজেলৰ মূল্যত হোৱা নাই কোনো পৰিৱৰ্তন।

The post শনিবাৰে হ্ৰাস পালে পেট্ৰ’লৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LJxRxI
via IFTTT

Comments