আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল…

  • বুধবাৰে ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল।
  • কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল উপলব্ধ হ’ব www.sebaonline.org ৱেবছাইটত।
  • ফলাফলৰ লগতে আজিয়েই শিক্ষাৰ্থীয়ে পাব প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীট।
  • নিজ পৰীক্ষা কেন্দ্ৰতো শিক্ষাৰ্থীয়ে লাভ কৰিব পৰীক্ষাৰ ফলাফল।
  • উল্লেখ্য যে, এইবৰ্ষৰ কম্পাৰ্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪২,৩০২গৰাকী পৰীক্ষাৰ্থী।

The post আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YfZHrY
via IFTTT

Comments