আফগানিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ! নিহত ৪, আহত ২০…

- আফগানিস্তানৰ আব বান্দ জিলাত বিস্ফোৰণ।
- এখন বাহনৰ ভিতৰত বোমা বিস্ফোৰণ।
- বিস্ফোৰণত নিহত ৪জন লোক।
- ইফালে, ২০জনকৈ লোক আহত।
- আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি।
- শনিবাৰে পুৱাই সংঘটিত হয় এই বিস্ফোৰণ।
- ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
The post আফগানিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ! নিহত ৪, আহত ২০… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JTIqMe
via IFTTT
Comments
Post a Comment