ওদালগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

- ওদালগুৰিত সোমবাৰে পুৱা পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত নিহত হেমন্ত ডেকা(৫৫) নামৰ এজন লোক।
- লোকজনে পথ পাৰ হবলৈ ধৰোতেই এই ঘটনা।
- তীব্ৰবেগী বাইকে মহতিয়ালে লোকজন।
- লোকজনৰ মৃতদেহ বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।
- দুৰ্ঘটনা সংঘটিত কৰা গ্লেমাৰ বাইকখনৰ নম্বৰ এ এছ ১৩ডি৮৭৩৫।
The post ওদালগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GurzO7
via IFTTT
Comments
Post a Comment