মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অসম গণ পৰিষদৰ ৫ লাখ টকা

  • বন্যাৰ্তৰ বাবে অসম গণ পৰিষদৰ সহায়ৰ হাত।
  • বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি।
  • ৫ লাখ টকা আগবঢ়ালে অগপই।
  • শুকুৰবাৰে অগপৰ কেইবাগৰাকী নেতাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰদান কৰে ৫ লাখ টকাৰ চেক।
  • অগপৰ হৈ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ লগতে কেইবাগৰাকী বিধায়ক আৰু নেতাই প্ৰদান কৰে এই চেক।

The post মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অসম গণ পৰিষদৰ ৫ লাখ টকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Zfea3C
via IFTTT

Comments