মহাৰাষ্ট্ৰত খহি পৰিল ঘৰৰ দেৱাল, নিহত ২জন, আহত কেইবাজনো

  • মহাৰাষ্ট্ৰত ভয়াৱহ ভূমিস্খলন।
  • ভূমিস্খলনৰ বাবে খহি পৰিলে ঘৰৰ দেৱাল।
  • কালৱাত সোমবাৰে নিশা এই ঘটনা সংঘটিত হৈছে।
  • প্ৰাণ হেৰুৱালে ২জন লোকে।
  • ইফালে আহত হৈছে কেইবাজনো লোক।
  • উল্লেখ্য যে, কুৰিৰো অধিক লোকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।

The post মহাৰাষ্ট্ৰত খহি পৰিল ঘৰৰ দেৱাল, নিহত ২জন, আহত কেইবাজনো appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MqQztw
via IFTTT

Comments