সোমবাৰে পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িল নে কমিল…

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে পঞ্চমদিনাও হ্ৰাস পালে পেট্ৰ’লৰ মূল্য। সোমবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ১৫ পইচাকৈ হ্ৰাস পোৱাৰ লগতে প্ৰতি লিটাৰ ডিজেলত ১১ পইচাকৈ হ্ৰাস পায়। বিগত ৫ দিনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪৫ পইচা হ্ৰাস পাইছে। সোমবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৭২.৯৯ টকাৰ লগতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৬৬.০৭ টকা।

The post সোমবাৰে পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িল নে কমিল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2K9aHNJ
via IFTTT

Comments