ছত্তীশগড়ত আইইডি বিস্ফোৰণ, শ্বহীদ জোৱান…

  • ছত্তীশগড়ৰ দান্তেৱাড়াত নক্সালবাদীৰ আইইডি বিস্ফোৰণ।
  • দান্তেৱাড়াৰ বাদলীত নিৰাপত্তালৈ লক্ষ্য কৰি বিস্ফোৰণ ঘটায় নক্সালবাদীয়ে।
  • বিস্ফোৰণত নিহত হয় এগৰাকী চি আৰ পি এফ জোৱান।
  • শ্বহীদ জোৱানজনৰ নাম ৰোশন কুমাৰ বুলি জানিব পৰা গৈছে।
  • চিআৰপিএফৰ ১৯৫ বেটেলিয়ানত কৰ্তব্যৰত আছিল জোৱানজন।

The post ছত্তীশগড়ত আইইডি বিস্ফোৰণ, শ্বহীদ জোৱান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SSsehi
via IFTTT

Comments