৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল…

  • পুৱতি নিশা ভূমিকম্পই জোকাৰি গ’ল পশ্চিমবংগৰ পুৰুলিয়া।
  • পুৱতি নিশা ২.৫৫ বজাত অনুভূত হয় কম্পন।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.০।
  • ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।

The post ৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JYB61P
via IFTTT

Comments