শৰাইঘাট এক্সপ্ৰেছত ৬ কেজি সোণসহ গ্ৰেপ্তাৰ ৪জনক…

  • পশ্চিমবংগত বৃহৎ পৰিমানৰ সোণসহ গ্ৰেপ্তাৰ ৪জনক।
  • ৰাজহ চোৰাংচোৱা বিভাগে গ্ৰেপ্তাৰ কৰে লোক কেইজনক।
  • শৰাইঘাট এক্সপ্ৰেছত সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক।
  • জব্দ কৰা সোণখিনিৰ ওজন প্ৰায় ৬ কিলোগ্ৰাম।
  • সোণখিনি ক’লৈ নিয়া হৈছিল সেই সন্দৰ্ভত কৰা হৈছে সোধ-পোছ।

The post শৰাইঘাট এক্সপ্ৰেছত ৬ কেজি সোণসহ গ্ৰেপ্তাৰ ৪জনক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yhhfo6
via IFTTT

Comments