মহনগৰীত আৰক্ষীৰ অভিযানঃ ১৫৮ খন ATM সহ দুজনক আটক…

- গুৱাহাটী মহানগৰীৰ লালমাটিৰ মিলন নগৰত নিশা আৰক্ষীৰ অভিযান।
- এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্রী।
- অভিযানকালত আটক দুজনকৈ বহিঃৰাজ্যৰ যুৱক।
- আটকাধীন যুৱক দুজন অনিল আৰু বিদ্যুৎ কুমাৰ।
- দুয়োজনৰ পৰা জব্দ কৰা হৈছে ১৫৮ খন এ টি এম।
- ইয়াৰ উপৰিও জব্দ নগদ ২১,৯০০ টকাসহ, POS মেচিন।
- জব্দ লালমাটিত ভাৰাতীয়া হিচাপে আছিল যুৱক দুজন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0EqctWZ
via IFTTT
Comments
Post a Comment