আজি বিহাৰৰ নতুন চৰকাৰৰ শপত গ্ৰহণ…

  • আজি বিয়লি ৪ বজাত বিহাৰৰ নতুন চৰকাৰৰ শপতগ্রহণ।
  • মুখ্যমন্ত্রী হিচাপে শপত ল’ব নীতিশ কুমাৰে।
  • নীতিশ কুমাৰৰ সৈতে শপত ল’ব তেজস্বী যাদৱেও।
  • মুখ্যমন্ত্রীৰ পদত্যাগৰ পিছত ৰাজ্যপালক সাক্ষাৎ নীতিশ কুমাৰৰ।
  • নীতিশ কুমাৰৰ সৈতে ৰাজ্যপালৰ ওচৰলৈ গৈছিল তেজস্বী যাদৱো
  • ৰাজ্যপালক সাক্ষাতৰ পিছতে দুয়ো সম্বোধন কৰিছিল সংবাদমেল।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ovjYyV
via IFTTT

Comments