বকোত সংঘটিত চুৰিকাণ্ড, চোৰে লৈ গ’ল এখন বলেৰ’ পিকআপ…

ডিজিটেল সংবাদ:
- কামৰূপ জিলাৰ বকোত পুৱতি নিশা গাড়ী চুৰি কাণ্ড সংঘটিত হয় ।
- বকো থানাৰ অন্তৰ্গত বৰপাৰা গাঁৱৰ পৰা চুৰি হয় এখন এএচ-০১/এচি-০২৯২ নম্বৰৰ বলেৰ’ পিকআপ।
- গাড়ীখনৰ মালিক লাৱণ্য প্ৰসাদ মজুমদাৰ।
- পুৱতি নিশা প্ৰায় ২.২৫ বজাত দুটা চোৰে লাৱণ্য প্ৰসাদ মজুমদাৰৰ সৈনিক হাৰ্ডৱেৰ নামৰ দোকানৰ সন্মুখৰ পৰা চুৰি কৰি নিয়ে গাড়ীখন ।
- গড়ী চুৰি কৰি নিয়াৰ সমগ্ৰ দৃশ্য চিচি টিভিত বন্দী ।
আৰু পঢ়ক : পুৱাই ত্ৰিৰংগা হাতত লৈ শিক্ষাৰ্থীৰ লগত সমদলেৰে ওলাই আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/wqxl5sC
via IFTTT
Comments
Post a Comment