আইচক্রীম খাই অসুস্থ শিশুসহ কেইবাজনো লোক

  • গোৰেশ্বৰৰ আন্ধেৰীঘাটত অঘটন।
  • আইচক্রীম খাই অসুস্থ শিশুসহ কেইবাজনো লোক।
  • গোৰেশ্বৰৰ ‘পি কে আইছ’ নামৰ বৰফ কোম্পানীটোৰ ফেৰিৱালা এজনে আনিছিল আইচক্রীমখিনি।
  • অসুস্থ লোককেইজনক বাইহাটা চাৰিআলিৰ হাস্পতালত ভৰ্তি।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gC6jrSc
via IFTTT

Comments