আঠগাঁৱত আয়কৰ বিভাগৰ অভিযান…

  • গুৱাহাটীৰ আঠগাঁৱত আয়কৰ বিভাগৰ অভিযান।
  • ব্যৱসায়ী ভাৰ্গৱ জৈনৰ ঘৰত চলিছে আয়কৰ বিভাগৰ অভিযান।
  • ৰাজস্থান লাইম উদ্যোগৰ গৰাকী ভাৰ্গৱ জৈন।
  • ছয়মাইল, গণেশগুৰিত আছে ৰাজস্থান লাইম উদ্যোগৰ প্ৰতিষ্ঠান।
  • মাৰ্বল, টাইলছৰ ব্যৱসায় কৰে ভাৰ্গৱ জৈনে।
  • গৃহ নিৰ্মাণৰ বিভিন্ন সামগ্ৰীৰ প্ৰতিষ্ঠান আছে ভাৰ্গৱ জৈনৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lj5t67p
via IFTTT

Comments